(English)
The history of Assam is the history of a confluence of people from the east, west and the north; the confluence of the Tibeto-Burman (Sino-Tibetan), Indo-Aryan and Austroasiatic cultures. Although invaded over the centuries, it was never a vassal or a colony to an external power until the third Burmese invasion in 1821, and, subsequently, the British ingress into Assam in 1824 during the First Anglo-Burmese War.
The Assamese history has been derived from multiple sources. The Ahom kingdom of medieval Assam maintained chronicles, called Buranjis, written in the Ahom and the Assamese languages. History of ancient Assam comes from a corpus of Kamarupa inscriptions on rock, copper plates, clay; royal grants, etc. that the Kamarupa kings issued during their reign. Protohistory has been reconstructed from folklore: epics like Mahabharata, and two medieval texts compiled in the Assam region—the Kalika Purana and the Yogini Tantra.
The history of Assam can be divided into four eras. The ancient era began in the 4th century with the mention of Kamarupa in Samudragupta's inscriptions on the Allahabad pillar and the establishment of the Kamarupa kingdom. The medieval era began with the attacks from the Bengal Sultanate, the first of which took place in 1206 by Bakhtiyar Khilji as mentioned in the Kanai-boroxiboa rock inscription, after the breakup of the ancient kingdom and the sprouting of medieval kingdoms and chieftain-ships in its place. The colonial era began with the establishment of British control after the Treaty of Yandaboo in 1826, and the post-colonial era began in 1947 after the Independence of India.
(অসমীয়া)
অসমৰ ইতিহাস হৈছে পূব, পশ্চিম আৰু উত্তৰৰ পৰা অহা মানুহৰ সংমিশ্ৰণৰ ইতিহাস আৰু লগতে ভাৰতীয়-আৰ্য, অষ্ট্ৰ'-এচিয়াটিক আৰু তিব্বতীয়-বাৰ্মীয় সংস্কৃতিৰ মিলনৰ ইতিহাস। ৰাজনৈতিকভাৱে অসমক কেইবাবাৰো আক্ৰমণ কৰা হৈছিল, কিন্তু ১৮২১ চনত মান আৰু ১৮২৬ চনত ব্ৰিটিছৰ আগমণ পৰ্যন্ত ই কোনো বাহিৰাগত শক্তিৰ বহতীয়া বা উপনিবেশ হিচাপে থাকিবলগীয়া হোৱা নাছিল।
কেইবাটাও সূত্ৰৰপৰা অসমৰ ইতিহাস জানিব পাৰি। লোকগাঁথা, মহাভাৰতৰ দৰে মহাকাব্য, মধ্যযুগত ৰচিত কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ পৰা ঐতিহাসিক যুগৰ কথা জানিব পাৰি। বিভিন্ন শিলালিপি আৰু তাম্ৰফলিৰ পৰা প্ৰাচীন অসমৰ কথা গম পোৱা যায়। আহোম সাম্ৰাজ্যত আহোম আৰু অসমীয়া ভাষাত "বুৰঞ্জী" নামেৰে ৰাজনৈতিক ঘটনাৱলী লিপিবদ্ধ কৰা হৈছিল। সম্ভৱ প্ৰথম বুৰঞ্জী ১২২৮ খৃঃত প্ৰথম আহোম ৰজা স্বৰ্গদেউ চুকাফাই আহোম ৰাজত্ব আৰম্ভ কৰাৰ সময়তে তেওঁৰ নিৰ্দেশত প্ৰণয়ণ কৰা হৈছিল৷[1] সেই সময়তে "লেখক বৰুৱা" নামৰ এটা পদৰ তত্বাৱধায়ত এচাম পণ্ডিতৰ সহায়ত সেইসময়ৰ ঘটনাসমূহ, যুদ্ধৰ বৰ্ণনা, অন্য ৰজাৰ লগত যোগাযোগ, আইনী ব্যৱস্থা আদি লিখি ৰখা হৈছিল৷ ইয়াৰ উপৰিও ৰজাৰ দিনৰ ভাষা, সংস্কৃতি, সমাজ ব্যৱস্থা আৰু ৰজাৰ দিনত কৰা যিকোনো কাম লিখি ৰখা হৈছিল।
(Inggris)
Sejarah Assam adalah sejarah pertemuan orang-orang dari timur, barat dan utara; pertemuan budaya Tibeto-Burman (Tiongkok-Tibet), Indo-Arya, dan Austroasiatik. Meskipun menginvasi selama berabad-abad, itu tidak pernah menjadi pengikut atau koloni untuk kekuatan eksternal sampai invasi ketiga Burma pada tahun 1821, dan, kemudian, masuknya Inggris ke Assam pada tahun 1824 selama Perang Anglo-Burma Pertama.
Sejarah Assam berasal dari berbagai sumber. Kerajaan Ahom dari Assam abad pertengahan memelihara kronik, yang disebut Buranji, yang ditulis dalam bahasa Ahom dan bahasa Assam. Sejarah Assam kuno berasal dari kumpulan prasasti Kamarupa di atas batu, lempengan tembaga, tanah liat; hibah kerajaan, dll. yang dikeluarkan oleh raja-raja Kamarupa selama masa pemerintahan mereka. Protohistory telah direkonstruksi dari cerita rakyat: epos seperti Mahabharata, dan dua teks abad pertengahan yang disusun di wilayah Assam — Kalika Purana dan Yogini Tantra.
Sejarah Assam dapat dibagi menjadi empat era. Era kuno dimulai pada abad ke-4 dengan penyebutan Kamarupa dalam prasasti Samudragupta tentang pilar Allahabad dan pembentukan kerajaan Kamarupa. Era abad pertengahan dimulai dengan serangan dari Kesultanan Benggala, yang pertama terjadi pada 1206 oleh Bakhtiyar Khilji sebagaimana disebutkan dalam prasasti batu Kanai-boroxiboa, setelah pecahnya kerajaan kuno dan tumbuhnya kerajaan abad pertengahan dan kapal-kapal kepala suku. di tempatnya. Era kolonial dimulai dengan pembentukan kontrol Inggris setelah Perjanjian Yandaboo pada tahun 1826, dan era pasca-kolonial dimulai pada tahun 1947 setelah Kemerdekaan India.
(অসমীয়া)
অসমৰ ইতিহাস হৈছে পূব, পশ্চিম আৰু উত্তৰৰ পৰা অহা মানুহৰ সংমিশ্ৰণৰ ইতিহাস আৰু ভাৰতীয় আৰ্য-আৰ্য, অষ্ট্ৰ'-এচিয়াটিক আৰু তিব্বতীয় তিব্বতীয়-বাৰ্মীয় সংস্কৃতিৰ সংস্কৃতিৰ মিলনৰ ইতিহাস।। হৈছিল অসমক কেইবাবাৰো আক্ৰমণ কৰা হৈছিল, কিন্তু ১৮২১ চনত মান আৰু ১৮২৬ চনত ব্ৰিটিছৰ আগমণ আগমণ পৰ্যন্ত ই কোনো কোনো বহতীয়া বহতীয়া বা বা বা উপনিবেশ উপনিবেশ হিচাপে থাকিবলগীয়া থাকিবলগীয়া হোৱা।।
কেইবাটাও সূত্ৰৰপৰা অসমৰ ইতিহাস জানিব পাৰি। লোকগাঁথা, মহাভাৰতৰ দৰে মহাকাব্য, মধ্যযুগত ৰচিত কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ পৰা ঐতিহাসিক ঐতিহাসিক যুগৰ কথা কথা জানিব।। বিভিন্ন শিলালিপি আৰু তাম্ৰফলিৰ পৰা প্ৰাচীন অসমৰ কথা কথা গম পোৱা।। আহোম সাম্ৰাজ্যত আহোম আৰু অসমীয়া ভাষাত "বুৰঞ্জী" নামেৰে ৰাজনৈতিক ঘটনাৱলী লিপিবদ্ধ কৰা হৈছিল। 1 প্ৰথম সেই ১২২৮ খৃঃত প্ৰথম আহোম ৰজা স্বৰ্গদেউ চুকাফাই আহোম ৰাজত্ব ৰাজত্ব কৰাৰ সময়তে সময়তে তেওঁৰ প্ৰণয়ণ ৷ 1 [1] সেই সময়তে "লেখক সময়তে" নামৰ এটা "নামৰ এটা তত্বাৱধায়ত এচাম পণ্ডিতৰ ঘটনাসমূহ ঘটনাসমূহ, যুদ্ধৰ বৰ্ণনা অন্য আইনী, যোগাযোগ আইনী আইনী, আইনী আইনী আইনী আইনী, আইনী আইনী আইনী লিখি ৰখা হৈছিল ৷ ইয়াৰ উপৰিও ৰজাৰ দিনৰ ভাষা, সংস্কৃতি, সমাজ ব্যৱস্থা আৰু ৰজাৰ দিনত কৰা যিকোনো কাম কাম লিখি লিখি হৈছিল।